মহানৱমীত ভক্তক আদৰিবলৈ সাজু নলবাৰীৰ বিল্বেশ্বৰ দেৱালয়

By

Published : Oct 3, 2022, 10:45 PM IST

Updated : Feb 3, 2023, 8:28 PM IST

thumbnail

আজি মহা অষ্টমী (Durga puja celebrated in Assam) । ৰাজ্যজুৰি পূজা মণ্ডপ সমূহত ভক্তৰ ভিৰ পৰিলক্ষিত হৈছে ৷ প্ৰতিকূল বতৰৰ মাজতো ভক্তৰ মাজত ব্যাপক উচাহ নলবাৰীতো (Mahanavami in Bilbaswar Temple) ৷ মহানৱমীত লাখ লাখ ভক্তক আদৰিবলৈ সাজু নলবাৰীৰ বিল্বেশ্বৰ দেৱালয় ৷ ইতিমধ্যে মহানৱমীৰ দিনটোত বলিৰ বাবে সাজু ৪০ তকৈও অধিক ম’হ ৷ লগতে উচৰ্গা কৰা হ’ব ২০ টাতকৈও অধিক ম’হ ৷ হাজাৰ হাজাৰ ভক্তৰ সমাগমৰে উখল মাখল পৰিবেশে বিৰাজ কৰিছে দেৱালয়খনত ৷

Last Updated : Feb 3, 2023, 8:28 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.