DU ragging controversy: অসমবাসীৰ আশীৰ্বাদত ক্ৰমাৎ সুস্থ হৈছে আনন্দ শৰ্মা

By

Published : Dec 2, 2022, 6:18 PM IST

Updated : Feb 3, 2023, 8:34 PM IST

thumbnail

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ভয়ংকৰ ৰেগিংকাণ্ডৰ পাছৰ পৰাই ডিব্ৰুগড়ৰ আদিত্য নাৰ্চিং হোমত জীৱন মৰণৰ সৈতে যুঁজিছিল আনন্দ শৰ্মাই(Dibrugarh University ragging case) । বৃহস্পতিবাৰে ডিব্ৰুগড়ৰ আদিত্য নাৰ্চিংহোমত তিনি ঘন্টাজোৰা জটিল অস্ত্ৰোপচাৰ সম্পন্ন হৈছিল আনন্দ শৰ্মাৰ । ৰাজহাড়ত হোৱা অস্ত্ৰোপচাৰৰ পাছতেই ক্ৰমাৎ সুস্থ হৈ উঠিছে আনন্দ শৰ্মা । আজি ভালদৰে চিকিৎসকৰ সৈতে কথাও পাতিছে, গ্ৰহণ কৰিছে চাহ-বিস্কুট । ভাল টোপনি যোৱাৰ লগতে অৱশ হৈ পৰা ভৰি আজি লৰাবলৈ সক্ষম হৈছে আনন্দ শৰ্মাই(Anand Sharma Health update) ।

Last Updated : Feb 3, 2023, 8:34 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.