DU Ragging case: অস্ত্ৰোপচাৰ কক্ষতেই চিকিৎসকক ধন্যবাদ জনালে আনন্দ শৰ্মাই

By

Published : Dec 1, 2022, 8:39 PM IST

Updated : Feb 3, 2023, 8:34 PM IST

thumbnail

অস্ত্ৰোপচাৰ সম্পন্ন হোৱাৰ পিছতেই আনন্দ শৰ্মাই চিকিৎসকক ক'লে- ধন্যবাদ ডাক্তৰ (Dibrugarh University Ragging case)৷ বৃহস্পতিবাৰে সফলতাৰে সম্পন্ন হ’ল আনন্দ শৰ্মাৰ জটিল অস্ত্ৰোপচাৰ ৷ আদিত্য নাৰ্চিং হোমৰ অভিজ্ঞ নিউৰ'চাৰ্জন ডাঃ অনিল পান্নালালৰ নেতৃত্বত পাঁচজনীয়া চিকিৎসকৰ দলে প্ৰায় তিনি ঘন্টা ধৰি জটিল অস্ত্ৰোপচাৰ সফলতাৰে সম্পন্ন কৰে ৷ অস্ত্ৰোপচাৰ সম্পন্ন হোৱাৰ পিছতেই আনন্দ শৰ্মাই চিকিৎসকক উদ্দেশ্যি কয়, "ধন্যবাদ ডাক্তৰ! আগতকৈ ভাল পাইছো (Anand Sharma Thanks to Doctors)৷"

Last Updated : Feb 3, 2023, 8:34 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.