Behali Reserve Forest: বিহালী সংৰক্ষিত বনাঞ্চলত বনজ সম্পদ লুণ্ঠনৰ লগতে বেদখলৰ অভিযোগ

By

Published : Dec 31, 2022, 8:05 AM IST

Updated : Feb 3, 2023, 8:37 PM IST

thumbnail

উত্তৰ অসমৰ অন্যতম চিৰসেউজ বনাঞ্চল বিহালী সংৰক্ষিত বনাঞ্চলত দিনে নিশাই চলিছে বনজ সম্পদ লুণ্ঠনৰ এক অঘোষিত প্ৰতিযোগিতা(Loot of forest resources in Behali Reserve Forest) ৷ দুস্কৃতিকাৰীয়ে বনাঞ্চলখনৰ ভিতৰৰ অতি মূল্যবান গছ-গছনি এফালৰ পৰা কাটি তহিলং কৰাৰ লগতে চলাই গৈছে কাঠৰ চোৰাং ব্যৱসায়(Smuggling timber by cutting down valuable trees) ৷ ৰাজ্যৰ বাদেই, চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ দুস্কৃতিকাৰীয়েও বনাঞ্চলখনৰ ভিতৰত প্ৰৱেশ কৰি গছ-গছনি, হাবি-জংঘল কাটি অবৈধভাৱে দখলৰ চেষ্টা চলোৱাৰ তথ্যও পোহৰলৈ আহিছে ৷ ইমানৰ পাছতো ৰাজ্যৰ বন বিভাগ কূম্ভকৰ্ণৰ নিদ্ৰাত থকা বুলি অভিযোগ তুলিছে বিভিন্ন দল সংগঠনৰ লগতে স্থানীয় লোকসকলে ৷

Last Updated : Feb 3, 2023, 8:37 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.