AGP Foundation Day: গোলাঘাটত অগপৰ প্ৰতিষ্ঠা দিৱস উদযাপন

By

Published : Oct 14, 2022, 5:26 PM IST

Updated : Feb 3, 2023, 8:29 PM IST

thumbnail

গোলাঘাটত অসম গণ পৰিষদ দলৰ 38 সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন (AGP foundation day celebrated in Golaghat) । আঞ্চলিক ৰাজনৈতিক দল অসম গণ পৰিষদৰ 38 সংখ্যক প্ৰতিষ্ঠা দিৱস জন্মস্থান গোলাঘাটত পালন কৰা হয় । অগপৰ গোলাঘাট জিলা সমিতিৰ উদ্যোগত পুৱাৰ ভাগতে পতাকা উত্তোলনেৰে প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীৰ আৰম্ভণি কৰা হয় (38th foundation day of Asom Gana Parishad) । ইয়াৰ পিছতে শ্বহীদ তৰ্পণ আৰু ৰাজহুৱা সভা অনুষ্ঠিত হয় । জিলা সভাপতি নৃপেন বৰুৱাৰ সভাপতিত্বত অগপই গোলাঘাটত সংঘবদ্ধ হ'বলৈ সক্ষম হৈছে বুলি দাবী কৰে দলীয় নেতা-কৰ্মীসকলে ।

Last Updated : Feb 3, 2023, 8:29 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.