Pre-poll violence in Assam : ৰঙিয়াৰ ৬ নং ৱাৰ্ডত প্ৰাক নিৰ্বাচনী হিংসা

By

Published : Mar 6, 2022, 9:47 AM IST

Updated : Feb 3, 2023, 8:18 PM IST

thumbnail

ৰঙিয়াৰ ৬ নং ৱাৰ্ডৰ নিৰ্দলীয় প্ৰাৰ্থী সুৰজিত পালৰ কাৰ্যালয়ত শনিবাৰে নিশা শাসকীয় দলৰ সমৰ্থকে আক্ৰমণ চলোৱাৰ অভিযোগ উত্থাপন হৈছে (Pre-poll violence in Assam) । বিজেপি প্ৰাৰ্থীৰ সমৰ্থকে নিৰ্দলীয় প্ৰাৰ্থীগৰাকীৰ কাৰ্যালয় লণ্ড-ভণ্ড কৰি তেওঁক দাবী ধমকি দিয়াৰ লগতে মহিলাৰ ওপৰতো আক্ৰমণ কৰাৰ অভিযোগ উঠিছে । এই ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলটোত সৃষ্টি হয় চেপা উত্তেজনাৰ । উল্লেখ্য যে, ৰঙিয়াৰ ৬ নং ৱাৰ্ডত আছে দুগৰাকী প্ৰাৰ্থী । বিজেপিৰ প্ৰাৰ্থী উত্তম পাল আৰু নিৰ্দলীয় প্ৰাৰ্থী সুৰজিত পাল । ইয়াৰ পূৰ্বেও নিৰ্দলীয় প্ৰাৰ্থী সুৰজিত পালৰ বিভিন্ন ঠাইত থকা বেনাৰ-পোষ্টাৰ ফালিছিল দুৰ্বৃত্ত‌ই ।

Last Updated : Feb 3, 2023, 8:18 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.