TAYPA react on Ragging at DU: ৰেগিঙত জড়িতক কঠোৰ শাস্তি প্ৰদানৰ দাবী টাইপাৰ

By

Published : Nov 29, 2022, 11:12 AM IST

Updated : Feb 3, 2023, 8:33 PM IST

thumbnail

ৰেগিঙৰ ঘটনাই জোঁকাৰিছে উচ্চ শিক্ষাৰ ভেঁটি ডিব্ৰুগড় বিশ্ববিদ্যালয়ক (Ragging incident at Dibrugarh University) ৷ কেইজনমান উদণ্ড ছাত্ৰই কালিমা সানিলে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সোণালী ইতিহাসত । উজনি অসমৰ শিক্ষাৰ প্ৰাণকেন্দ্ৰ স্বৰূপ ডিব্ৰুগড় বিশ্ববিদ্যালয়ত সংঘটিত ৰেগিঙৰ ঘটনাই এতিয়া ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে (Reactions across the Assam)। ৰাজ্য কঁপাই যোৱা এই ৰেগিং কাণ্ডক তীব্ৰ ভাষাৰে গৰিহণা দিছে টাই আহোম যুৱ পৰিষদ অসমৰ কেন্দ্ৰীয় নেতৃত্বই (TAYPA react on Ragging in Dibrugarh University) । সংগঠনটোৰ কেন্দ্ৰীয় সম্পাদক ৰুদ্ৰসাগৰ বুঢ়াগোহাঁই আৰু প্ৰচাৰ সম্পাদক গিৰিণ বৰগোহাঁইয়ে এই ঘটনাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি দোষীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনায় । তেওঁলোকে উক্ত ঘটনাত জড়িতসকলৰ বিৰুদ্ধে দৃষ্টান্তমূলক শাস্তি প্ৰদানৰ দাবী জনাইছে (Dibrugarh University news) ।

Last Updated : Feb 3, 2023, 8:33 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.