ABT Linkman Arrest at Bilasipara: বিলাসীপাৰাত আনছাৰুল্লা বাংলা টীমৰ সদস্যৰ পত্নীক গ্ৰেপ্তাৰ

By

Published : Aug 7, 2022, 5:05 PM IST

Updated : Feb 3, 2023, 8:26 PM IST

thumbnail

বিলাসীপাৰাত আনছাৰুল্লাহ বাংলা টীমৰ (Ansarullah Bangla Team) সদস্যৰ পত্নীক গ্ৰেপ্তাৰ । মৈৰাবাৰীৰ পলাতক ABTৰ সদস্য আবু তাল্লাহৰ (ABT member Abu Tallah)পত্নী জহুৰা খাতুনক (২২) গ্ৰেপ্তাৰ । নায়েৰ আলগা দ্বিতীয় খণ্ড গাঁৱৰ পৰা ABT ৰ লিংকমেন জহুৰা খাতুনক (২২) গ্ৰেপ্তাৰ (ABT Linkman Arrest at Bilasipara)। জহুৰা খাতুনৰ পৰা ABT সম্পৰ্কীয় বহু বিস্ফোৰক তথ্য সংগ্ৰহ আৰক্ষীৰ । ইতিমধ্যে বিলাসীপাৰা আৰক্ষীয়ে 244/2022 ত গোচৰ ৰুজু কৰি জহুৰা খাতুনক আদালতলৈ প্ৰেৰণ কৰিছে । জহুৰা খাতুনে ABT সম্পৰ্কীয় বহু গুৰুত্বপূৰ্ণ তথ্য থকা মোবাইল ফোন জ্বলাই দিয়াৰ কথা সদৰি কৰে আৰক্ষীৰ আগত । জহুৰা খাতুনৰ পৰা দুটা মোবাইল ফোন জব্দ কৰিছে আৰক্ষীয়ে ।

Last Updated : Feb 3, 2023, 8:26 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.