War Against Drugs: বৰপেটাত ড্ৰাগছসহ গ্ৰেপ্তাৰ দুই সৰবৰাহকাৰী

By

Published : Dec 18, 2022, 8:00 PM IST

Updated : Feb 3, 2023, 8:36 PM IST

thumbnail

বৰপেটাৰ হাউলীত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান ৷ অভিযান বৃহৎ পৰিমাণৰ ড্ৰাগছসহ গ্ৰেপ্তাৰ দুই সৰবৰাহকাৰী ৷ হাউলীৰ আমতলৰ ফুটপাথৰ এখন কাপোৰৰ দোকানত অভিযান চলাই আৰক্ষীয়ে জব্দ কৰিছে ড্ৰাগছখিনি ৷ গ্ৰেপ্তাৰ হোৱা দুই ড্ৰাগছ সৰবৰাহকাৰী নাজিবুল মিঞা আৰু আফাজ আলী ৷ দুয়োৰে পৰা আৰক্ষীয়ে জব্দ কৰিছে 19 টা ড্ৰাগছ ভৰ্তি কন্টেইনাৰসহ নগদ 5310 টকা ৷

Last Updated : Feb 3, 2023, 8:36 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.