ATTSA Protest at Kaliabor : প্ৰাপ্য বিচাৰি প্ৰতিবাদত নামিল চাহ শ্ৰমিক

By

Published : Dec 12, 2022, 5:45 PM IST

Updated : Feb 3, 2023, 8:35 PM IST

thumbnail

নগাঁও জিলা চাহ জনজাতি ছাত্ৰ সন্থাই আটছাৰ উদ্যোগত সোমবাৰে এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰা হয় (Attsa protest in Nagaon) ৷ লগতে নগাঁও জিলাৰ তিনিখন চাহ বাগিচা- আমলখী, ডিজুভেলী আৰু লুংচুং চাহ বাগিচাৰ শ্ৰমিকৰ ন্যাৰ্য প্ৰাপ্যৰ দাবীত আটছাই কলিয়াবৰ মহকুমাধিপতি কাৰ্যালয় ঘেৰাও কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে (All Assam Tea Tribes Students’ Union)। ইয়াৰ উপৰিও প্ৰতিবাদকাৰীসকলে শ্ৰমিকৰ ন্যাৰ্য প্ৰাপ্য ধনসমূহ আদায় নিদিয়া পৰ্যন্ত চৰকাৰে তিনিখন চাহ বাগিচা ব্যক্তিগত খণ্ডত গতাব নোৱাৰিব বুলি স্পষ্ট কৰি দিয়ে ৷

Last Updated : Feb 3, 2023, 8:35 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.