Stabbing in Guwahati: কাজিয়াৰ মাজতে চেম্পিয়নে ছুৰীৰে হানিলে বন্ধু দীপকক

By

Published : Aug 3, 2022, 9:19 PM IST

Updated : Feb 3, 2023, 8:25 PM IST

thumbnail

মহানগৰীত পুনৰ ছুৰীকাঘাতৰ ঘটনা (Stabbed incident in Guwahati)। মহানগৰীৰ লতাশিল আৰক্ষী থানাৰ অন্তৰ্গত গুৱাহাটী ক্লাৱত সংঘটিৰ হৈছে ছুৰীকাঘাতৰ ঘটনা । ড্ৰাগছ আসক্ত দুই বন্ধুৰ মাজত কাজিয়াৰ সূত্ৰপাত হোৱাৰ পিছতে চেম্পিয়ন নামৰ যুৱকজনে লখৰাৰ দীপক ৰয় নামৰ যুৱকজনক ছুৰীৰে আঘাত কৰে (Stabbed for drugs)। ড্ৰাগছক লৈ এই ঘটনা সংঘটিত হোৱাৰ সন্দেহ । দুয়োজন যুৱকেই ড্ৰাগছ আসক্ত আছিল বুলি জানিব পৰা গৈছে । ঘটনাৰ খবৰ পোৱাৰ পিছতে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ দীপক ৰয়ক জি এম চি এইচলৈ প্ৰেৰণ কৰে (Guwahati crime news)৷ ইপিনে চেম্পিয়নক বিচাৰি আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে ।

Last Updated : Feb 3, 2023, 8:25 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.