Bongaigaon Encounter : আৰক্ষীৰ গুলীত আহত ড্ৰাগছ ব্যৱসায়ী

By

Published : Mar 19, 2022, 1:27 PM IST

Updated : Feb 3, 2023, 8:20 PM IST

thumbnail

বঙাইগাঁৱৰ মাজগাঁৱত শুকুৰবাৰে নিশা আৰক্ষীৰ গুলীত আহত হয় এটা ড্ৰাগছ ব্যৱসায়ী (Drug smuggler injured in Bongaigaon) ৷ ধৃত ড্ৰাগছ ব্যৱসায়ীটো ধুবুৰীৰ মহম্মদ হুছেইন (২০) বুলি জানিব পৰা হৈছে ৷ আৰক্ষীৰ জিম্মাৰ পৰা পলায়নৰ চেষ্টা চলোৱাৰ সময়তে আৰক্ষীৰ গুলীত আহত হয় মহম্মদ হুছেইন (Assam police encounter at Bongaigaon) ৷ মহম্মদ হুছেইনক উন্নত চিকিৎসাৰ বাবে বৰপেটা চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয় । এই ঘটনাত নিউ বঙাইগাঁও তহলদাৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া সুকেশ ঘোষ আৰু কনিষ্টবল হীৰেণ দাস আহত হয় ।

Last Updated : Feb 3, 2023, 8:20 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.