সৰ্বানন্দ সোণোৱালৰ উত্তৰসূৰী হ’ল ভূৱন গাম

By

Published : Mar 10, 2022, 7:51 PM IST

Updated : Feb 3, 2023, 8:19 PM IST

thumbnail

বিৰোধীৰ ঐক্যবদ্ধ প্ৰচেষ্টাক ধূলিসাৎ কৰি মাজুলীত বিজয়ৰ নিচান উৰুৱালে ভূৱন গামে ৷ ভাষণ দিব নজনা ভূৱন গামক 41,530 টা ভোটৰ ব্যৱধানত জয়ী কৰালে মাজুলীবাসীয়ে ৷ একেখন মঞ্চতে তিনি বিৰোধী দলৰ শীৰ্ষ নেতৃত্ব একত্ৰিত উমৈহতীয়া প্ৰাৰ্থী চিত্তৰঞ্জন বসুমতাৰীৰ হৈ প্ৰচাৰ চলোৱাৰ পিছতো মাজুলীৰ খালী আসনখনত ভূৱন গাম বহিবলৈ সক্ষম হ’ল (Bhuban Gam won in Majuli by election) ৷

Last Updated : Feb 3, 2023, 8:19 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.