ETV Bharat / state

5 বজাৰ শীৰ্ষ 10 টা বাতৰি

author img

By

Published : Nov 1, 2022, 5:04 PM IST

Top 10 AT 5 PM
5 বজাৰ শীৰ্ষ 10 টা বাতৰি

5 বজাৰ শীৰ্ষ 10 টা বাতৰি

Bharat Jodo Yatra : কংগ্ৰেছৰ ভাৰত জোড়ো যাত্ৰাক তীব্ৰ কটাক্ষ পবিত্ৰ মাৰ্ঘেৰিটাৰ

কংগ্ৰেছৰ ভাৰত জোড়ো যাত্ৰা অসমক তীব্ৰ কটাক্ষ বিজেপি সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাৰ (Pabitra Margherita slammed Bharat Jodo Yatra) ।

Demand of Drinking water: আপৰ ধাৰাবাহিক আন্দোলনৰ কাৰ্যসূচী আৰম্ভ

বিশুদ্ধ খোৱা পানীৰ দাবীত আপ অসমে গ্ৰহণ কৰিছে ধাৰাবাহিক আন্দোলনৰ কাৰ্যসূচী ৷ আজি গুৱাহাটীৰ 25 নম্বৰ ৱাৰ্ডৰ পৰা আৰম্ভ কৰা হয় এই প্ৰতিবাদী কাৰ্যসূচীৰ (AAP demanding pure drinking water in Guwahati) ৷

e-ticket in City Bus: গুৱাহাটীৰ চিটীবাছত আৰম্ভ ই-টিকট ব্যৱস্থা

গুৱাহাটীত আৰম্ভ হ'ল চিটিবাছত যাত্ৰীৰ বাবে ই-টিকট । মঙলবাৰৰ পৰা মহানগীৰৰ সকলো চিটীবাছত আৰম্ভ কৰা হৈছে ই-টিকটৰ (e-ticket system in Guwahati) ব্যৱস্থা । সকলো পৰিচালকৰ ডিঙিত ওলমি থাকিব লাগিব ই-টিকটৰ মেচিন ।

Protest in Guwahati : চৰকাৰী বঞ্চনাৰ অৱসান বিচাৰি বঞ্চিত শ্ৰমিকৰ প্ৰতিবাদ

শ্ৰমিক কৰ্মচাৰীৰ ন্যায্য প্ৰাপ্তিৰ দাবীত পুনৰবাৰ প্ৰতিবাদত বহিল চি আই টি ইউ, অসম ৷ মঙলবাৰে গুৱাহাটীত CITU য়ে ৰূপায়ন কৰা এই প্ৰতিবাদ শ শ প্ৰতিবাদকাৰীয়ে অংশগ্ৰহণ কৰে (CITU protest in Guwahati) ৷

Petrol diesel prices slashed: হ্ৰাস পালে পেট্ৰ’ল, ডিজেল আৰু বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য

দেশজুৰি হ্ৰাস পালে পেট্ৰ'ল-ডিজেল আৰু বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য (Price down of Petrol, diesel and Commercial cylinder) ৷

Firing in Dibrugarh: ডিব্ৰুগড়ৰ গুলী চালনাৰ ঘটনা সন্দৰ্ভত আটক দুই অভিযুক্ত

সোমবাৰে ডিব্ৰুগড়ত সংঘটিত হয় গুলী চালনাৰ ঘটনা (Dibrugarh Firing Case) ৷ এই ঘটনা সন্দৰ্ভত ইতিমধ্যে দুজনক আটক কৰিছে ডিব্ৰুগড় আৰক্ষীয়ে (Dibrugarh police arrested two for firing case) ৷

Dead body recover at Kamalpur: চাংসাৰিত দলঙৰ তলত অচিনাক্ত মৃতদেহ উদ্ধাৰ

কামৰূপ জিলাৰ কমলপুৰৰ বৰুৱাজানীত মঙলবাৰে এটা অচিনাক্ত মৃতদেহ উদ্ধাৰ হয় (Death body recovered at Kamalpur)। আজি পুৱা স্থানীয় ৰাইজে পকী দলঙখনৰ তলত এটি বস্তা পৰি থকা প্ৰত্যক্ষ কৰি কমলপুৰ আৰক্ষী চকীত (Kamalpur Police Station) খবৰ দিয়ে । ইয়াৰ পিছতে কমলপুৰ আৰক্ষী উপস্থিত হৈ বস্তাটোত মৃতদেহটো প্ৰত্যক্ষ কৰে ।

Twitter account ban: ভাৰতৰ ৫৪ হাজাৰৰো অধিক একাউণ্ট নিষিদ্ধ কৰিছে টুইটাৰে

যৌন সম্পৰ্কীয় বিষয়বস্তু শ্বেয়াৰ কৰা ভাৰতৰ ৫২,১৪১ একাউণ্ট নিষিদ্ধ কৰিছে টুইটাৰে (Twitter bans accounts in India)। সন্ত্ৰাসবাদৰ প্ৰচাৰ চলোৱা ভাৰতৰ ১,৯৮২ টা একাউণ্টো নিষিদ্ধ কৰিছে টুইটাৰে । এই সন্দৰ্ভত টুইটাৰে বিভিন্ন ধৰণৰ অভিযোগ লাভ কৰিছিল ।

Gujarat Morbi Tragedy: ২ নৱেম্বৰত গুজৰাটে পালন কৰিব শোক দিৱস

"গুজৰাট চৰকাৰে ২ নৱেম্বৰত ৰাজ্যজুৰি শোক পালন কৰাৰ সিদ্ধান্ত লৈছে (2 November mourn day in Gujrat) । উক্তদিনা ৰাজ্যখনত ৰাষ্ট্ৰীয় পতাকা অৰ্ধনমিতকৈ উত্তোলন কৰা হ'ব আৰু কোনো ধৰণৰআনুষ্ঠানিক অনুষ্ঠান অনুষ্ঠিত কৰা নহ'ব ।" গুজৰাটৰ মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেলে এক টুইটত এই কথা প্ৰকাশ কৰে । তেওঁ লগতে জানিবলৈ দিয়ে যে প্ৰধানমন্ত্ৰীৰ অধ্যক্ষতাত অনুষ্ঠিত এক উচ্চ পৰ্যায়ৰ বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয় ।

Katrina Kaif instagram: কেটৰিণা কাইফৰ Halloween Look দেখি অবাক বিকী কৌশল

কেটৰিণাক দেখি কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ বিখ্যাত সংলাপ খতম টাটা বাই বাই ওলাল বিকীৰ মুখৰ পৰা (Katrina Kaif Halloween Look) ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.