যোৰহাট আৰক্ষীয়ে মুকলি কৰিলে হোৱাটছ এপ নম্বৰ - IPL gambling in Assam - IPL GAMBLING IN ASSAM

🎬 Watch Now: Feature Video

thumbnail
হোৱাটছ এপ নম্বৰ মুকলি (ইটিভি ভাৰত অসম)

By ETV Bharat Assamese Team

Published : May 2, 2024 at 10:08 PM IST

1 Min Read
Choose ETV Bharat

যোৰহাট, 2 মে’ : আই পি এল জুৱাৰীৰ বিৰুদ্ধে কঠোৰ যোৰহাট আৰক্ষী ৷ বৰ্তমান দেশত চলি আছে ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ চমুকৈ আই পি এল ৷ এই খেলক লৈ চৌদিশে ব্যাপক হাৰত প্ৰয়োভৰ ঘটিছে জুৱাৰ ৷ যাৰ বাবে কঠোৰ হৈ পৰিছে যোৰহাট আৰক্ষী আৰু জুৱা সম্পৰ্কীয় যিকোনো অভিযোগ দাখিলৰ বাবে মুকলি কৰিছে হোৱাটছ এপ নম্বৰ ৷

এতিয়াৰে পৰা যোৰহাট আৰক্ষীক আইপিএল-ৰ জুৱা সম্পৰ্কীয় অভিযোগ দিবলৈ 60269-00672, 60269-00673, 60269-03349 নম্বৰত যোগাযোগ কৰিব পাৰিব ৷

এই পদক্ষেপৰ পিছতে মৰিয়নীত আইপিএল জুৱাৰীৰ বিৰুদ্ধে অভিযান চলাই তিতাবৰ মহকুমা আৰক্ষীয়ে ৷ এই অভিযানত চাৰিটাকৈ জুৱাৰী ক্ৰমে দেবেৰাপাৰ আৰক্ষী চকীৰ অন্তৰ্গত নকছাৰীৰ ৰজনী বৰুৱা, দিহিঙীয়াপাৰ চাহ বাগিচাৰ ৰাজু মিৰ্ধা, অৰ্জুন কৰ্মকাৰ আৰু পোনেশ্বৰ গুৱালাক আটক কৰিবলৈ সক্ষম হয় আৰক্ষী ৷ বিপৰীতে পলাতক অৱস্থাত আছে মেলেং মধুপুৰৰ অচিন্ত্য বৰা, দীপক বৰা আৰু সীমান্ত বৰাৰ লগতে দিহিঙাপাৰ চাহ বাগিচাৰ সুৰেণ চাহু ৷

লগতে পঢ়ক : পুনৰ তিনিদিনৰ আৰক্ষীৰ জিম্মালৈ আই পি এল জুৱাৰ সম্ৰাট বিকাশ বেৰিয়াক - IPL Gamblers In Tinsukia 

আই পি এল জুৱাৰ সম্ৰাট বিকাশ বেৰিয়াক তিনিদিনৰ অন্তত পুনৰ আদালতত হাজিৰ - IPL Gamblers In Tinsukia

তিনি দিনৰ আৰক্ষী জিম্মাত ক্ৰিকেট জুৱাৰ চৰ্দাৰ বিকাশ বেৰিয়া; বৰ্তমানেও সন্ধান নাই সহযোগী ভাতৃৰ - IPL Gamblers In Tinsukia

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details