অসম

assam

ভায়েকে মৰিয়াই হত্যা কৰিলে ককায়েকক

By

Published : Sep 10, 2021, 9:29 PM IST

কাকপথাৰৰ টঙনা আৰক্ষী থানাৰ অন্তৰ্গত হাতীগড়ত সংঘটিত হৈছে চাঞ্চল্যকৰ হত্যাকাণ্ড ৷ অভিযোগ অনুসৰি ককায়েকক হত্যা কৰিলে নিজ ভাতৃয়ে ৷ ঘৰুৱা কণ্ডলৰ বাবে ভাতৃয়ে লোহাৰৰ পাইপেৰে মৰিয়াই হত্যা কৰিলে নিজৰ ককায়েক ৷ মৃত লোকজনৰ নাম ৰূপল চবৰ(৩৭) আৰু হত্যাকাৰীৰ নাম মুকেশ চবৰে (৩৫) ৷ ইতিমধ্যে টঙনা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে হত্যাকাৰী মুকেশ চবৰক ৷ সমান্তৰালভাবে ৰূপল চবৰৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে তিনিচুকীয়ালৈ প্ৰেৰণ কৰা হৈছে বুলি জানিবলৈ দিছে টঙনা আৰক্ষীয়ে ৷

ABOUT THE AUTHOR

...view details