অসম

assam

ওদালগুৰিত বৃহৎ পৰিমাণৰ অস্ত্ৰৰ ভাণ্ডাৰ উদ্ধাৰ

By

Published : Sep 28, 2020, 6:55 PM IST

ওদালগুৰিত বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰৰ ভাণ্ডাৰ জব্দ কৰিবলৈ সক্ষম হয় ৷ এছ এছ বিৰ 23 নং বেটেলিয়ানৰ অভিযানত উদ্ধাৰ হয় অস্ত্ৰ ভাণ্ডাৰ ৷

Security forces recover huge cache of arms, ammunition in Udalguri district
ওদালগুৰিত বৃহৎ পৰিমাণৰ অস্ত্ৰৰ ভাণ্ডাৰ উদ্ধাৰ

ওদালগুৰি, 28 ছেপ্তেম্বৰ : ওদালগুৰি জিলাৰ গৰৈমাৰী আৰু চপনগাঁৱৰ মাজৰ জংঘলত অভিযান চলাই বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰৰ ভাণ্ডাৰ উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ লালপুলস্থিত এছ এছ বিৰ 23 নং বেটেলিয়ানৰ অভিযানত বৃহৎ অস্ত্ৰ-শস্ত্ৰৰ ভাণ্ডাৰখিনি উদ্ধাৰ কৰা হয় ৷

ওদালগুৰিত বৃহৎ পৰিমাণৰ অস্ত্ৰৰ ভাণ্ডাৰ উদ্ধাৰ

উদ্ধাৰ হোৱা অস্ত্ৰৰ ভাণ্ডাৰৰ ভিতৰত আছে 7.63 এম এম পিষ্টল, 80 জাই সজীৱ গুলী, হেণ্ড গ্ৰেণেড দুটা , দুটা মেগজিন আৰু Ignitor Setএটা ৷

ওদালগুৰিত বৃহৎ পৰিমাণৰ অস্ত্ৰৰ ভাণ্ডাৰ উদ্ধাৰ

উল্লেখ্য যে, সহঃকামাণ্ডেন্ট ৰবি সিঙৰ নেতৃত্বত দেওবাৰে নিশা 2 বজাত অভিযান চলাই অস্ত্ৰ-শস্ত্ৰখিনি উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷

লগতে পঢ়ক :বিটিচি পৰিষদীয় নিৰ্বাচনৰ দাবীৰে বিপিএফৰ প্ৰতিবাদ

ABOUT THE AUTHOR

...view details