অসম

assam

বন্তি প্ৰজ্বলনৰে হিমন্তলৈ শুভেচ্ছা কলিয়াবৰৰ যুৱ-প্ৰজন্মৰ

By

Published : May 10, 2021, 6:52 AM IST

কলিয়াবৰত ৰাজ‍্যৰ নৱ-নিৰ্বাচিত মুখ‍্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক লৈ উৎসাহ ৷ বন্তি প্ৰজ্বলনৰে হিমন্তলৈ শুভেচ্ছা কলিয়াবৰৰ যুৱ-প্ৰজন্মৰ ৷

বন্তি প্ৰজ্বলনৰে হিমন্তলৈ শুভেচ্ছা কলিয়াবৰৰ যুৱ-প্ৰজন্মৰ
বন্তি প্ৰজ্বলনৰে হিমন্তলৈ শুভেচ্ছা কলিয়াবৰৰ যুৱ-প্ৰজন্মৰ

কলিয়াবৰ,10 মে’: নৱ-নিৰ্বাচিত মুখ‍্যমন্ত্ৰীক লৈ উৎসাহৰ ঢল বৈছে কলিয়াবৰত ৷ মুখ‍্যমন্ত্ৰী ৰূপে হিমন্ত বিশ্ব শৰ্মাক লৈ সন্তুষ্ট কলিয়াবৰৰ যুৱ-প্ৰজন্ম ৷

সোমবাৰে মুখ‍্যমন্ত্ৰী ৰূপে শপত গ্ৰহণ কৰিব ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ দেওবাৰে মুখ‍্যমন্ত্ৰী ৰূপে হিমন্ত বিশ্ব শৰ্মাৰ নাম ঘোষণা হোৱাৰ পাছতে হিমন্ত বিশ্ব শৰ্মাৰ মংগল কামনা কৰি কলিয়াবৰৰ কুঠৰী, বাগৰিৰ একাংশ যুৱকে ক'ভিড প্ৰট’কল ৰক্ষা কৰি বন্তি প্ৰজ্বলন কৰে ৷

লগতে পঢ়ক:মুখ্যমন্ত্ৰীসহ মন্ত্ৰীসভাৰ শপত গ্ৰহণৰ বাবে সাজু কলাক্ষেত্ৰ

ABOUT THE AUTHOR

...view details