অসম

assam

পুনৰ হ্ৰাস পালে পেট্ৰল - ডিজেলৰ মূল্য

By

Published : Jun 2, 2019, 11:41 AM IST

দেওবাৰে পুনৰ হ্ৰাস পালে পেট্ৰল - ডিজেলৰ মূল্য । পেট্ৰলত ০.১৩ টকা হ্ৰাস পোৱাৰ পৰিৱৰ্তে ডিজেলত হ্ৰাস পালে ০.২২ টকা ।

পুনৰ হ্ৰাস পালে পেট্ৰল - ডিজেলৰ মূল্য

গুৱাহাটী, ২ জুন : ৰাজ্যত চতুৰ্থ দিনাও হ্ৰাস পালে পেট্ৰল আৰু ডিজেলৰ মূল্য । দেওবাৰে পেট্ৰলত ০.১৩ টকা হ্ৰাস পোৱাৰ পৰিৱৰ্তে ডিজেলত হ্ৰাস পালে ০.২২ টকা ।

পুনৰ হ্ৰাস পালে পেট্ৰল - ডিজেলৰ মূল্য

বৰ্তমান পেট্ৰলৰ মূল্য ৭১.০৪ টকা হোৱাৰ পৰিৱৰ্তে ডিজেল মূল্য হ'লগৈ ৬৬.৬৫ টকা ।

পুনৰ হ্ৰাস পালে পেট্ৰল - ডিজেলৰ মূল্য
Intro:আজিও হ্ৰাস পালে পেট্ৰল আৰু ডিজেলৰ মূল্য।









Body:আজি চতুৰ্থ দিন হ্ৰাস পালে পেট্ৰল আৰু ডিজেলৰ মূল্য। আজি পেট্ৰলত ১৩ পইচা আৰু ডিজেলত ২২ পইচা হ্ৰাস পালে। আজি গুৱাহাটী মহানগৰীত পেট্ৰল আৰু ডিজেলৰ মূল্য পেট্ৰলত ৭১.০৪ (71.04) টকা আৰু ডিজেলত ৬৬.৬৫ (66.65) টকা।

Asrar Ansari
গুৱাহাটী



Conclusion:

ABOUT THE AUTHOR

...view details