Kakopathar milk tragedy: গাখীৰ বুলি চুজিত দিলে ফেনাইল, তাৰ পাছতে অসুস্থ দহটি শিশু
কাকপথাৰৰ ন-মাইঠং অংগনৱাড়ী কেন্দ্ৰত খাদ্যত বিষক্ৰিয়া (Food poison at Kakopathar Anganwadi centres)। খাদ্যত ফেনাইল মিহলি হোৱাত ১০টা শিশু চিকিৎসাধীন (Children fall ill after eating phenyl mixed food)।
Population in Border Districts Rising: ৰাজ্যৰ সীমান্তৱৰ্তী চাৰিখন জিলাত অভাৱনীয়ভাৱে বৃদ্ধি পাইছে জনসংখ্যা
দিনক দিনে খিলঞ্জীয়াৰ জনসংখ্যা হ্ৰাস পোৱাৰ বিপৰীতে বৃদ্ধি পাইছে সংখ্যালঘুৰ জনসংখ্যা (Population in Border Districts Rising)। ধুবুৰী, কৰিমগঞ্জ, কাছাৰ আৰু দক্ষিণ শালমাৰা জিলাত এটা দশকত সংখ্যালঘুৰ জনসংখ্যা ৩১.৪৫ শতাংশলৈ বৃদ্ধি পাইছে । সীমান্ত অঞ্চলৰ জিলাকেইখনত এনেদৰে জনসংখ্যা বৃদ্ধি পোৱা বিষয়টোক লৈ উদ্বিগ্ন হৈ পৰিছে কেন্দ্ৰীয় গৃহ মন্ত্রালয় (Union Home Ministry concerned about population growth in border districts of Assam) । জনসংখ্যা বৃদ্ধি হোৱাৰ লগে লগেই প্ৰব্ৰজনৰ মাত্ৰাও বৃদ্ধি পাব।
APCC team meet governor : ৰাজ্যপালক সাক্ষাৎ কৰি স্মাৰক পত্ৰ দিলে প্ৰদেশ কংগ্ৰেছে
মূল্য বৃদ্ধি ৰোধ, নিবনুৱা সমস্যা সমাধান, বান সাহায্যৰ ক্ষেত্ৰত অসমক বঞ্চনা, অত্যাৱশ্যকীয় সামগ্ৰীৰ ওপৰত জি এছ টি আৰোপ আদিৰ বিৰুদ্ধে অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে ৰাজভৱনলৈ গৈ ৰাজ্যপালক প্ৰদান কৰে স্মাৰক পত্ৰ (APCC team meet governor and submit memorandum in Guwahati) ।
Majuli MLA Bhuban Gam: জাতীয় সংগীতক অপমান কৰি চৰ্চাত বিধায়ক ভূৱন গাম
জাতীয় সংগীতৰ প্ৰতি অসন্মান প্ৰদৰ্শন কৰি এইবাৰ চৰ্চাত মাজুলীৰ বিধায়ক (MLA Bhuban Gam dishonoured state state anthem) ৷ আজি মাজুলীত লোক কল্যান দিৱস উদযাপনৰ কাৰ্যসূচীৰ(Lok Kalyan Divas in Majuli) অন্তত বাজি উঠা জাতীয় সংগীতৰ সময়খিনিত বিধায়ক ভূৱন গাম ব্যস্ত হৈ পৰিল নিজৰ মোবাইল ফোনটোক লৈ ৷