Kakopathar milk tragedy: গাখীৰ বুলি চুজিত দিলে ফেনাইল, তাৰ পাছতে অসুস্থ দহটি শিশু

By

Published : Aug 5, 2022, 8:15 PM IST

Updated : Feb 3, 2023, 8:25 PM IST

thumbnail

কাকপথাৰৰ ন-মাইঠং অংগনৱাড়ী কেন্দ্ৰত খাদ্যত বিষক্ৰিয়া (Food poison at Kakopathar Anganwadi centres)। খাদ্যত ফেনাইল মিহলি হোৱাত ১০টা শিশু চিকিৎসাধীন (Children fall ill after eating phenyl mixed food)। বিশ্ব স্তনপান সপ্তাহ উদযাপনৰ সময়তে সংঘটিত হয় এই ঘটনা । কেন্দ্ৰটোৰ শিশুসকলৰ বাবে চুজি প্ৰস্তুত কৰোঁতে গাখীৰ বুলি ফেনাইল মিহলাই দিয়ে ৰান্ধনীয়ে । ফেনাইল মিহলি চুজি খোৱাৰ পাছতে অসুস্থ হৈ পৰে শিশুকেইটা ৷ উন্নত চিকিৎসাৰ বাবে কাকপথাৰৰ পৰা তিনিচুকীয়ালৈ প্ৰেৰণ কৰা হয় শিশুকেইটিক ৷

Last Updated : Feb 3, 2023, 8:25 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.