Illigal Wine Seized: স্বাধীনতা দিৱসৰ প্ৰাকমূহুৰ্তত মেৰাপানীত CRPF ৰ তালাচীত জব্দ সুৰাভৰ্তি বাহন

By

Published : Aug 6, 2022, 8:55 AM IST

thumbnail

১৫ আগষ্টৰ প্ৰাকমূহুৰ্তত মেৰাপানী সীমান্তত CRPF ৰ তালাচীত জব্দ হৈছে এখন সুৰাভৰ্তি বাহন(Illegal Liquor Seized in Merapani) । তালাচীৰ সময়ত CRPF ৰ দলটোয়ে নম্বৰ বিহীন এখন টাটা হেৰিয়াৰ বাহনৰ পৰা জব্দ কৰে ১০ কাৰ্টন বিলাতী সুৰাৰ লগতে নগদ ৫০ হাজাৰ টকা(Illegal liquor seized from Tata Harrier) । লগতে CRPF য়ে আটক কৰিলে আকাশ দত্ত নামৰ এটা সৰবৰাহকাৰীক । মেৰাপানীৰ পৰা নগালেণ্ডলৈ নিয়াৰ অৱস্থাত CRPF ৰ চেকগেটত জব্দ কৰা হয় সুৰাখিনি । ইতিমধ্যে CRPF ৰ দলটোৱে মেৰাপানী আৰক্ষীক গতাই দিছে আটকাধীন যুৱকসহ জব্দকৃত সুৰাখিনি ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.