Murder in Biswanath: বিশ্বনাথত স্বামীয়ে মৰিয়াই মৰিয়াই হত্যা কৰিলে পত্নীক

By

Published : Aug 5, 2022, 10:51 PM IST

Updated : Feb 3, 2023, 8:25 PM IST

thumbnail

বিশ্বনাথৰ উত্তৰ মিজিকাজানত সংঘটিত হ’ল এক নৃশংস হত্যাকাণ্ড ৷ সুৰাৰ ৰাগীত মাতাল স্বামী মুকুল তাঁতীয়ে (৪০) পত্নী অঞ্জলি তাঁতীক(৩৬) এডাল বাটামেৰে মৰিয়াই মৰিয়াই হত্যা কৰে (Man kills wife in Biswanath)৷ পাৰিবাৰিক কন্দলৰ বাবেই হত্যাকাণ্ডটো সংঘটিত হয় বুলি স্থানীয় ৰাইজে জানিবলৈ দিয়ে ৷ জিনজিয়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সাগৰ শ্বাহ(Jinjia police station OC) ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ মৰোনোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰাৰ লগতে আটক কৰে হত্যাকাৰী স্বামী মুকুলক ৷

Last Updated : Feb 3, 2023, 8:25 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.