অসম

assam

স্বামী তথা পৰিয়ালবৰ্গৰ সৈতে ছুটী উপভোগ কৰিছে প্ৰিয়ংকা চোপ্ৰাই, চাওক ফটো

By ETV Bharat Assamese Team

Published : Jan 26, 2024, 1:10 PM IST

Updated : Jan 26, 2024, 1:21 PM IST

Priyanka Nick Vacation Pictures: ছ’চিয়েল মিডিয়াত প্ৰিয়ংকা চোপ্ৰা আৰু নিক জনাইছে শ্বেয়াৰ কৰিছে ছুটী উপভোগ কৰা কিছু ফটো । এই ফটোসমূহত প্ৰিয়ংকাক নিকৰ সৈতে ৰোমাঞ্চ কৰা দেখা গৈছে ৷ আনহাতে মালতী মেৰীক ককাৰ কোলাত খেলি থকা দেখা গৈছে ৷ চাও আহক এই ফটোসমূহ . . .
চেলফি লোৱাৰ সময়ত অতি গহীন মুডত দেখা গৈছে অভিনেত্ৰীগৰাকীক ।
এই ফটোখনত প্ৰিয়ংকাই হাতত গিলাচ লৈ হাঁহি থকা দেখা গৈছে । আনহাতে নিক জ’নাছক অভিনেত্ৰীগৰাকীৰ কাষতে থিয় হৈ থকা দেখা গৈছে ।
এই ফটোখনত মালতী ককাৰ কোলাত বহি থকা দেখা গৈছে ।
আনহাতে নিকৰ ভাতৃৰ ফটোও শ্বেয়াৰ কৰিছে প্ৰিয়ংকাই ৷
প্ৰিয়ংকা আৰু নিকৰ কন্যা মালতী মেৰীক এই ফটোখনত খেলি থকা দেখা গৈছে ।
ছচিয়েল মিডিয়াত ক্ৰমাৎ ভাইৰেল হৈ পৰিছে প্ৰিয়ংকা চোপ্ৰাৰ এই ফটোকেইখন ।
এই ফটোখনত বগা ৰঙৰ ৰবৰ সৈতে মূৰত টাৱাল লৈ থকা দেখা গৈছে প্ৰিয়ংকা চোপ্ৰা ।
লগতে খাদ্যৰ ফটোও শ্বেয়াৰ কৰিছে অভিনেত্ৰীগৰাকীয়ে
Last Updated :Jan 26, 2024, 1:21 PM IST

ABOUT THE AUTHOR

...view details