পূৰ্ণগ্ৰাস সূৰ্যগ্ৰহণৰ ৰোমাঞ্চকৰ দৃশ্য - Solar Eclipse 2024

উত্তৰ আমেৰিকাৰ লাখ লাখ লোকে সোমবাৰে বিৰল পূৰ্ণগ্ৰাস সূৰ্যগ্ৰহণৰ সাক্ষী হয় । চন্দ্ৰৰ ছায়াই সূৰ্যক সম্পূৰ্ণৰূপে ঢাকি পেলোৱাৰ ফলত বহু ঠাই দিনতে ৰাতিলৈ পৰিণত হয় ৷

Published : April 9, 2024 at 2:00 PM IST

