ETV Bharat / photos

গ্ৰীষ্মকালত পিন্ধক এনেধৰণৰ শাৰী, আকৰ্ষণীয় দেখাৰ লগতে হ’ব আৰামদায়ক - summer sarees for women

author img

By ETV Bharat Assamese Team

Published : May 21, 2024, 4:57 PM IST

গ্ৰীষ্মকালত পিন্ধক এনেধৰণৰ শাৰী, আকৰ্ষণীয় দেখাৰ লগতে হ’ব আৰামদায়ক
Saree in Summer: অধিকাংশ মহিলাই গ্ৰীষ্মকালত শাৰী পিন্ধিবলৈ ভাল নাপায় । বহুতে ভাবে যে শাৰীয়ে তেওঁলোকক আৰামদায়ক অনুভৱ কৰাব নোৱাৰে । কিন্তু আজি আমি এই প্ৰতিবেদনৰ জৰিয়তে এনে কেইখনমান শাৰীৰ বিকল্প লৈ আহিছো যি গ্ৰীষ্মকালতো পৰিধান কৰিবৰ বাবে একেবাৰে উত্তম । ইয়াৰ দ্বাৰা আপুনি ষ্টাইলিছৰ লগতে আৰামদায়কো অনুভৱ কৰিব । (Wear these sarees in summer, you will look beautiful and also feeling comfortable)
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.