চেঁচা চাহ বাগিচাত ভেকচিন প্ৰদান কাৰ্যসূচী

By

Published : May 9, 2021, 2:04 PM IST

thumbnail

ডিব্ৰুগড়ৰ বৰবৰুৱা উন্নয়ন খণ্ডৰ অন্তৰ্গত চেঁচা চাহ বাগিচাত আৰম্ভ হৈছে ক’ভিড ভেকচিন প্ৰদান কাৰ্যসূচী ৷ উল্লেখ্য যে, বৰ্তমানলৈকে চেঁচা চাহ বাগিচাত 6 গৰাকীকৈ লোকৰ দেহত ধৰা পৰিছে ক’ভিডৰ অৱস্থিতি ৷ চেঁচা চাহ বাগিচাৰ চিকিৎসালয়ত 45 বছৰৰ ঊৰ্ধৰ লোকসকলক ক’ভিড ভেকচিন প্ৰদান কৰা হয় । লগতে বাগিচাখনৰ লোকসকলৰ সুবিধাৰ বাবে 18-44 বছৰৰ লোকসকলকো ভেকচিন প্ৰদানৰ অনুমতিৰ বাবে জিলা প্ৰশাসনক আহ্বান জনোৱা হয় ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.