ছাত্ৰাৱস্থাত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত কিয় গৈছিল জেললৈ ?

By

Published : May 16, 2022, 10:58 PM IST

thumbnail

কলিয়াবৰ মহাবিদ্যালয়ৰ সোণালী জয়ন্তী সমাৰোহৰ সামৰণি অনুষ্ঠান দেওবাৰে অনুষ্ঠিত হয় (Golden jubilee celebration of Kaliabor College) ৷ এই সোণালী জয়ন্তী সমাৰোহৰ লগত সংগতি ৰাখি মহাবিদ্যালয়খনত প্ৰাক্তন ছাত্ৰ- ছাত্ৰীৰ এখন সন্মিলন অনুষ্ঠিত হয় ৷ এই সন্মিলনত উপস্থিত থাকি মহাবিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰ তথা বৰ্তমানৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত উপস্থিত থাকি (Minister Keshab Mahanta at Kaliabor College) তেওঁৰ ছাত্ৰ জীৱনৰ কথা মনত পেলাই নষ্টালজিক হৈ পৰিল ৷ লগতে ছাত্ৰাৱস্থাত স্বাস্থ্যমন্ত্ৰীগৰাকী কি কাৰণে ৰঙাঘৰৰ আলহী হৈছিল তাৰো এক বৰ্ণনা দিয়ে ৷ সৱিশেষ জানিবলৈ চাওঁ আহক এই প্ৰতিবেদন...

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.