75th Anniversary of Indian Independence: যোৰহাটত জিলা কংগ্ৰেছৰ পদযাত্ৰা

By

Published : Aug 10, 2022, 10:47 AM IST

thumbnail

দেশৰ ৭৫ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে মঙলবাৰে যোৰহাটত জিলা কংগ্ৰেছে এক পদযাত্ৰা উলিয়ায়(Jorhat district congress march for 75th Anniversary of Independence) । যোৰহাটৰ চিনামৰা চাহ বাগিছাস্থিত মণিৰাম দেৱানৰ সমাধিক্ষেত্ৰৰ পৰা উলিওৱা হয় এই পদযাত্ৰা(Jorhat district congress march) । যোৰহাট জিলা কংগ্ৰেছৰ সভাপতি পুতুল বুঢ়াগোহাঁইৰ নেতৃত্বত উলিওৱা এই পদযাত্ৰাত বহু সংখ্যক কংগ্ৰেছ কৰ্মীয়ে অংশগ্ৰহণ কৰে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.