পৰম্পৰা ৰক্ষা কৰি মৰাণৰ ৰাইজে পালন কৰিলে গৰু বিহু

By

Published : Apr 14, 2022, 9:00 AM IST

thumbnail

আজি গৰু বিহু ৷ বৃহস্পতিবাৰে পুৱাৰে পৰা মাহ-হালধিৰে গোহালিৰ গৰুহালক নোৱাই-ধুৱাই ৰঙালীক (Rangali bihu celebrates in Assam) আদৰিবলৈ সাজু হৈছে প্ৰতিগৰাকী অসমীয়া ৷ পৰম্পৰা ৰক্ষা কৰি সমগ্ৰ ডিব্ৰুগড় জিলাৰ মৰাণ, খোৱাং গ্ৰাম্য অঞ্চলৰ ৰাইজে পালন কৰিলে গৰু বিহু (Goru Bihu celebrations at Moran) । অসমৰ গ্ৰাম্য সমাজৰ অন্যতম উৎসৱ এই গৰু বিহু । গৰু বিহুত গাঁৱৰ কৃষকসকলে ঘৰৰ গৰু কেইটাক ওচৰৰ নৈ অথবা জান-জুৰিৰ ঘাটলৈ লৈ গৈ গা ধুৱাই পূজা কৰে । এই পৰম্পৰাৰ ধাৰাবাহিকতা ৰক্ষা কৰি আজি কৃষক ৰাইজে পালন কৰিলে গৰু বিহু ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.