মহানগৰীত বৃহৎ পৰিমাণৰ গাঞ্জাসহ আটক দুই সৰবৰাহকাৰী

By

Published : Jul 4, 2022, 7:12 PM IST

thumbnail

মহানগৰীত বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ ৷ মহানগৰীৰ বশিষ্ঠ আৰক্ষীৰ থানাৰ অন্তৰ্গত নালাপাৰাত গোপন খবৰৰ ভিত্তিত বশিষ্ঠ আৰক্ষীয়ে অভিযান চলাই এখন চাৰিচকীয়া বাহনৰ ভিতৰৰ গোপন চেম্বাৰৰ পৰা জব্দ কৰে গাঞ্জাখিনি ৷ লগতে দুজন গাঞ্জা সৰবৰাহকাৰীক আটক কৰে আৰক্ষীয়ে (Ganja smuggler arrested by Basistha Police) ৷ ধৃত সৰবৰাহকাৰী দুজন ত্ৰিপুৰাৰ বিকাশ জামাতিয়া আৰু বিছৱাডন জামাতিয়া বুলি আৰক্ষীয়ে জানিব দিয়ে ৷ জব্দকৃত গাঞ্জাখিনিৰ পৰিমাণ 50 কেজিতকৈ অধিক বুলি আৰক্ষীয়ে জানিব দিয়ে (Ganja seized in Guwahati) ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.