পাচিঘাটলৈ গৈ কি ক’লে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ?

By

Published : Nov 20, 2021, 10:25 PM IST

thumbnail

অৰুণাচল প্ৰদেশৰ পূৱ চিয়াং জিলাৰ পাচিঘাটত শনিবাৰে উপস্থিত হয় কেন্দ্ৰীয় আয়ুস, জলপৰিৱহণ তথা বন্দৰ মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷ নিজৰ আয়ুস বিভাগৰ অধীনষ্ঠ আয়ুৰ্বেদা আৰু North eastern institute of folk medicine প্ৰতিষ্ঠানত উপস্থিত হয় কেন্দ্ৰীয় মন্ত্ৰীগৰাকী ৷ উক্ত অনুষ্ঠান উপস্থিত হৈ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে এই প্ৰতিষ্ঠানক বিশ্বৰ ভিতৰতে এখন উন্নত মানৰ প্ৰতিষ্ঠানলৈ ৰূপান্তৰ কৰিবলৈ ১০০ কোটি টকাৰ এক পেকেজ ঘোষণা কৰে ৷ এই আৰ্থিক পেকেজৰ সহায়ত এই প্ৰতিষ্ঠান এখনি আয়ুৰ্বেদিক মহাবিদ্যালয়, গৱেষণা প্ৰতিষ্ঠানো আৰম্ভ কৰা হ’ব বুলিও ঘোষণা কৰে তেওঁ ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.