নতুন SOP মানি মাস্ক পৰিধান কৰি শিক্ষানুষ্ঠানত উপস্থিত শিক্ষাৰ্থী

By

Published : Sep 6, 2021, 1:16 PM IST

thumbnail

শিক্ষাৰ্থীসকলৰ বাবে আজি বিশেষ দিন ৷ শিক্ষা বিভাগৰ নিৰ্দেশৰ পাচতে সোমবাৰৰ পৰা ৰাজ্যত আৰম্ভ হৈছে বিদ্যালয়-মহাবিদ্যালয়সমূহৰ পাঠদান প্ৰক্ৰিয়া । প্ৰায় পাঁচ মাহৰ বিৰতিত ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহত দেখা যায় এক উৎসাহমুখৰ পৰিৱেশ ৷ পুৱা ৯ বজাৰ লগে লগেই উজনি অসমৰ আগশাৰীৰ শিক্ষানুষ্ঠান মৰাণ মহাবিদ্যালয়ত দেখিবলৈ পোৱা যায় শিক্ষাৰ্থীসকলক ৷ স্বাস্থ্য বিভাগ তথা ৰাজ্য চৰকাৰৰ SOP মানি শিক্ষাৰ্থীসকলে শ্ৰেণীকোঠাত গ্ৰহণ কৰিব পাঠদান ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.