SMSS protest in Tinsukia: নিয়োগ মেলাৰ বিৰোধীতাৰে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদ

By

Published : Dec 24, 2021, 5:59 PM IST

thumbnail

বৃহস্পতিবাৰে অসমৰ বিভিন্ন জিলাত অসম চৰকাৰৰ উদ্যোগত আয়োজন কৰা হয় নিয়োগ মেলাৰ (Job Mela in Assam) ৷ ৰাজ্যৰ ভিন্ন প্ৰান্তত আয়োজন কৰা এই নিয়োগ মেলাত যথেষ্ট সংখ্যক শিক্ষিত যুৱক-যুৱতীয়ে যোগদান কৰা দেখা গৈছিল ৷ বহু আশাৰে এই মেলালৈ আহি অসন্তুষ্টিহে প্ৰকাশ কৰা দেখা গ’ল শিক্ষিত নিবনুৱা যুৱক-যুৱতীসকলে (Assam Youth are not satisfied with job fair) ৷ যাৰ বিৰোধিতাৰে কেন্দ্ৰীয় ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ আহ্বান মৰ্মে তিনিচুকীয়া জিলা সমিতি আৰু বিভিন্ন আঞ্চলিক সমিতিৰ সহযোগত তিনিচুকীয়াত শুকুৰবাৰে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে সাব্যস্ত কৰে প্ৰতিবাদ (SMSS protest against Job Mela in Assam) ৷ এই প্ৰতিবাদস্থলীতেই প্ৰতিবাদকাৰীসকলে দাহ কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিকৃতিও (Effigy burnt of Assam CM Himanta Biswa Sarma) ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.