পূজা উপভোগ কৰিবলৈ মুখ্যমন্ত্ৰীক আমন্ত্ৰণ শিলচৰৰ বিধায়কৰ

By

Published : Oct 10, 2021, 9:12 AM IST

thumbnail

পূজাৰ প্ৰাকক্ষণত শিলচৰৰ তাৰাপুৰৰ সাৰ্বজনীন দুৰ্গা পূজা কমিটিৰ সংবাদমেল সম্বোধন । অনুকূল ঠাকুৰৰ আশ্ৰমৰ আৰ্হিত সাজি উলিওৱা হৈছে এইবেলিৰ তাৰাপুৰৰ দুৰ্গা পূজা(Durga Puja)ৰ মণ্ডপটো । এই বিশেষ পূজাখনলৈ আমন্ত্ৰণ জনোৱা হৈছে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা(Himanta Biswa Sarma)ক ৷ কিয়নো কিছুদিন পূৰ্বে শিলচৰত উপস্থিত হৈ এইবাৰ সপ্তমী পূজা শিলচৰত উপভোগ কৰিব বুলি মন্তব্য কৰিছিল মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ সেইমৰ্মে মুখ্যমন্ত্ৰীক পত্ৰযোগে পূজা উপভোগ কৰিবলৈ আমন্ত্ৰণ জনায় শিলচৰৰ বিধায়ক দ্বীপায়ন চক্ৰৱৰ্তীয়ে(Dipayan Chakraborty) ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.