ধৰ্মীয় ৰাজনীতি কৰা হিমন্ত বিশ্ব শৰ্মা-এ আই ইউ ডি এফক ৰাইজে প্ৰত্যাখান কৰিছে: প্ৰদ্যুৎ বৰদলৈ - Lok Sabha Election results 2024 - NAGAON LS SEAT RESULTS

🎬 Watch Now: Feature Video

thumbnail
নগাঁৱত কংগ্ৰেছ কৰ্মীৰ বিজয় উল্লাস (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : June 4, 2024 at 10:21 PM IST

1 Min Read
Choose ETV Bharat

নগাঁও, 4 জুন: নিৰ্বাচনী ফলাফল আনুষ্ঠানিকভাৱে ঘোষণা হোৱাৰ পূৰ্বেই নগাঁও জিলা কংগ্ৰেছৰ কাৰ্যালয়ত এক উৎসৱমুখৰ পৰিবেশ বিৰাজ কৰিছে । ফটকা আতচবাজীৰে বিজয় উল্লাস কৰিছে কংগ্ৰেছৰ দলীয় কৰ্মী-সমৰ্থকসকলে । 

লগতে পঢ়ক: জয়ৰ অভিলেখ গঢ়াৰ দিশে ৰকিবুল হুছেইন: আনুষ্ঠানিক ঘোষণাৰ পূৰ্বে সমষ্টিবাসীক ধন্যবাদ - Lok sabha election results 2024

বিজয় নিশ্চিত হোৱাৰ পিচতেই কংগ্ৰেছৰ কাৰ্যালয়ত উষ্ম আদৰণি জনোৱা হয় প্ৰদ্যুৎ বৰদলৈক । কংগ্ৰেছ কাৰ্যালয়ত উপস্থিত হৈয়েই সংবাদ মাধ্যমৰ সন্মুখত বহুকেইটা গুৰুত্বপূৰ্ণ মন্তব্য কৰে প্ৰদ্যুৎ বৰদলৈয়ে । দিল্লীত চৰকাৰ গঠনৰ বাবেও কুচকাৱাজ আৰম্ভ কৰা বুলি উল্লেখ কৰি চৰকাৰ গঠনৰ আলোচনাৰ বাবে প্ৰদ্যুৎ বৰদলৈক দিল্লীলৈ মাতি পঠিওৱা বুলিও জনাইছে কংগ্ৰেছৰ বিজয়ী প্ৰাৰ্থীগৰাকীয়ে ৷

ইফালে তেওঁ নিজৰ বক্তব্যত বিজেপি আৰু এ আই ইউ ডি এফক সাম্প্ৰদায়িক দল বুলি অভিহিত কৰাৰ লগতে এতিয়াৰ পৰা সাম্প্ৰদায়িক ৰাজনীতি নকৰিবলৈ সকীয়াই দিয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ৷ অসমত বিজেপি মিত্ৰজোঁটে 11 খন আসনত জয়লাভ কৰাৰ বিপৰীতে কংগ্ৰেছে তিনিখন আসনত জয়লাভ কৰিছে ৷

লগতে পঢ়ক: আমাৰ কৰ্মীসকলে ভোট দিলেনে নাই সেয়াও চিন্তা কৰিবলগীয়া হৈছে: ফণীভূষণ চৌধুৰী - Lok Sabha Election Results 2024

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details