অনিমেষ ভূঞা হত্যাকাণ্ডৰ ঘটনাক গৰিহণা দিবলৈ শব্দৰ অভাৱ : বিমল বৰা

By

Published : Dec 1, 2021, 11:48 AM IST

thumbnail

বৰ্বৰতাৰ সীমা নেওচি হত্যা কৰা হ’ল এটা সেউজ সন্ধানী সপোনক ৷ সোমবাৰে ভৰ দুপৰীয়া সমগ্ৰ যোৰহাটবাসীক লজ্জিত কৰিব পৰাকৈ চহৰৰ মাজমজিয়াত দিন-দুপৰতে এজন ছাত্ৰ নেতাক হত্যা কৰা হ’ল (kola lora killed animesh bhuyan) ৷ মঙলবাৰে চৰাইদেউত মন্ত্ৰী বিমল বৰাই এই ঘটনাৰ শোক প্ৰকাশ কৰি এনে ঘটনাৰ পুনৰাবৃত্তি নোহোৱাৰ আশাৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ৷ কোনো কাৰণতে এই ঘটনা গ্ৰহণযোগ্য নহয় বুলি মন্ত্ৰীগৰাকীয়ে ধিক্কাৰ দিবলৈও শব্দৰ অভাৱ বুলি সাংবাদিকৰ আগত প্ৰকাশ কৰে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.