মূল্যবৃদ্ধিৰ প্ৰতিবাদত কি ক’লে AJYCP ৰ সভাপতি ৰানা প্ৰতাপ বৰুৱাই

By

Published : Oct 22, 2021, 10:20 PM IST

thumbnail

অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ অনশনথলীত কেন্দ্ৰীয় সভাপতি ৰানা প্ৰতাপ বৰুৱা । দেশত পেট্ৰ’ল ডিজেলকে ধৰি নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ মূল্য বৃদ্ধিৰ প্ৰতিবাদত বৃহস্পতিবাৰৰ পৰা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নগাওঁ জিলা সমিতিয়ে শ্বহীদ ভৱনৰ সমীপত ৩৬ ঘন্টীয়া অনশন কাৰ্যসূচী ৰূপায়ন কৰে । পৰিষদৰ নেতা কৰ্মী সকলে অনশন স্থলিত গেছ চিলিণ্ডাৰ, মিঠাতেলৰ পেকেট, পিঁয়াজ, ডাইল আদি সামগ্ৰী অনশন স্থলিত লৈ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে । এই অনশন স্থলীৰ পৰাই সংগঠনটোৰ কেন্দ্ৰীয় সভাপতি ৰানা প্ৰতাপ বৰুৱাই তীব্ৰ সমালোচনা কৰে ৰাজ্য চৰকাৰক ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.