Prime accused of Mob lynching in jorhat killed : যোৰহাটৰ ক’লা অধ্যায়ৰ সমাপ্তি

By

Published : Dec 1, 2021, 10:19 AM IST

thumbnail

যোৰহাটৰ গৰিমাত কালিমা সনা ক’লা ল’ৰাৰ মৃত্যুৰ বাবে সকলোৱে কৰা প্ৰাৰ্থনা স্বীকাৰ কৰিলে ভগৱানে ৷ আৰক্ষীৰ বেষ্টনীৰ পৰা পলাবলৈ লওঁতেই আৰক্ষীৰ অন্য এখন বাহনৰ সন্মুখত পৰি গুৰুতৰভাৱে আহত হৈ মৃত্যুমুখত পৰে ক’লা ল’ৰা (Prime accused of Mob lynching in jorhat killed) ৷ যোৰহাটৰ লগতে সমগ্ৰ অসমবাসীৰ প্ৰাৰ্থনা শুনিলে নেদেখাজনে ৷ এই মন্তব্য যোৰহাট জিলা ছাত্ৰ সন্থাৰ সভাপতি বিজয় শংকৰ বৰদলৈৰ ৷ তদুপৰি সাংবাদিকৰ আগত 1 ডিচেম্বৰৰ দিনটো এক ঐতিহাসিক দিন হিচাপে প্ৰকাশ কৰে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.