ৰাইজৰ দলক ভোট দিয়া মানে বিজেপিক ভোট দিয়া : কংগ্ৰেছ

By

Published : Oct 23, 2021, 7:40 PM IST

thumbnail

থাওৰা আৰু মৰিয়নি সমষ্টিত ৰাইজৰ দলৰ প্ৰাৰ্থী দুগৰাকীক ভোট দিয়া মানে বিজেপিক ভোট দিয়া, এই দাবী কংগ্ৰেছৰ । মুঠতে আক্ৰমণ প্ৰতিআক্ৰমণৰ মাজেৰে লাহে লাহে জমি উঠিছে পাঁচটা সমষ্টিৰ উপ নিৰ্বাচন কেন্দ্ৰীক ৰাজনৈতিক যুঁজখন । প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ দিলীপ কুমাৰ শৰ্মাই ৰাইজৰ দল আৰু বিজেপিক লক্ষ্য কৰি আজি তীব্ৰ বাক্যবাণ নিক্ষেপ কৰে । ইপিনে, উপ নিৰ্বাচনৰ প্ৰচাৰ চলাবলৈ দেওবাৰে অসমত আহি উপস্থিত হ’ব নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক তথা অসমৰ তত্বাৱধায়ক জিতেন্দ্ৰ সিং ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.