বিধায়ক অমিয় ভূঞাক আৰক্ষী বিষয়া জোনমণি ৰাভাৰ নীতি শিক্ষা

By

Published : Jan 16, 2022, 5:11 PM IST

thumbnail

ৰাজনৈতিক ক্ষমতাই মূৰত ধৰা বিহপুৰীয়া সমষ্টিৰ বিধায়ক অমিয় কুমাৰ ভূঞাই ইজনৰ পিছত সিজন আৰক্ষী বিষয়াক দিছে ধমক ৷ বিধায়কজনৰ মতেহে যেন পৰিচালিত হ’ব অসম আৰক্ষী ৷ নাৰায়ণপুৰ থানাৰ আৰক্ষী বিষয়া পুষ্পকমল বৰাক বিধায়কজনে 60 হাজাৰ ভোটাৰ ৰাইজ তেওঁৰ সৈতে থকাৰ ভাবুকি দিয়াৰ পিছত পুনৰ পোহৰলৈ আহিছে মাজুলী আৰক্ষীৰ উপ পৰিদৰ্শক জোনমণি ৰাভাক ফোনযোগে দিয়া ভাবুকিৰ কথা ৷ পিছে এইবাৰ বিধায়কগৰাকীক নীতি শিক্ষা প্ৰদান কৰিলে আৰক্ষী বিষয়া জোনমণি ৰাভাই ৷ শুনক দুয়োৰে কথোপকথনৰ সবিশেষ ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.