যোৰহাটৰ ঘটনাক লৈ চৰকাৰে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে : মন্ত্ৰী বিমল বৰা

By

Published : Dec 1, 2021, 10:37 PM IST

thumbnail

"যোৰহাটৰ ঘটনাক(Mob Lynching in Jorhat) লৈ চৰকাৰে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে । কোনো দোষী সাৰি যাব নোৱাৰিব ।" যোৰহাটৰ বৰ্বৰ হত্যাকাণ্ডৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি এই মন্তব্য মন্ত্ৰী বিমল বৰাৰ(Minister Bimal Borah reaction) ৷ উল্লেখ্য যে, মৰাণত অনুষ্ঠিত হ'ব লগা ডিব্ৰুগড় জিলা ক্ৰীড়া সন্থাৰ তত্ত্বাৱধান আৰু মৰাণৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত ৫৭ সংখ্যক আন্তঃজিলা জুনিয়ৰ ভলীবল প্ৰতিযোগিতাখনৰ(57th Inter-District Junior Volleyball Tournament) প্ৰস্তুতিৰ বুজ ল'লে ক্ৰীড়া মন্ত্ৰী বিমল বৰাই ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.