Mob Lynching in Jorhat : অনিমেষ হত্যাৰ ন্যায়ৰ দাবীত মাজুলীত প্ৰতিবাদ

By

Published : Nov 30, 2021, 7:46 PM IST

thumbnail

‘‘অনিমেষ ভূঞাক ন্যায় দিয়ক (Justice for Animesh Bhuyan)৷ দোষীক প্ৰদান কৰক উচিত শাস্তি ৷ যোৰহাট প্ৰশাসন হায়, হায়’’ ইত্যাদি শ্ল’গানেৰে মঙলবাৰে উত্তাল হৈ পৰিল সত্ৰ নগৰী মাজুলী ৷ কিয়নো এতিয়াও মাৰ যোৱা নাই যোৰহাট কাণ্ডৰ উত্তেজনা (Tension prevail in Jorhat) ৷ সোমবাৰে যোৰহাট চহৰৰ মাজ-মজিয়াত এদল মানৱ ৰূপী দানৱে ব্ৰহ্মপুত্ৰ আঞ্চলিক ছাত্ৰ সন্থাৰ শিক্ষা সম্পাদক অনিমেষ ভূঞাক মৰিয়াই মৰিয়াই হত্যা কৰা ঘটনাই জোঁকাৰি গৈছে সমগ্ৰ ৰাজ্য ৷ সেই অমানৱীয় কাণ্ড (Jorhat mob lynching case)ৰ লগত জড়িত প্ৰতিজনকে লোককে কৰায়ত্ত কৰিবৰ কৰি কঠোৰতম শাস্তি প্ৰদান কৰাৰ দাবী তুলিছে মাজুলী জিলা ছাত্ৰ সন্থা (Majuli district student union protest)ই ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.