War against drugs: ডবকাত কোটি টকীয়া নিচাযুক্ত টেবলেট জব্দ

By

Published : Feb 7, 2022, 4:54 PM IST

Updated : Feb 7, 2022, 5:15 PM IST

thumbnail

প্ৰায় এক কোটি টকা মূল্যৰ নিচাজাতীয় টেবলেট জব্দ হ’ল ডবকাত (Illegal intoxicating tablet seized in Hojai) ৷ হোজাইৰ আৰক্ষী অধীক্ষক বৰুণ পুৰকায়স্থৰ (Hojai SP Barun Purkayastha) নেতৃত্বত এক গোপন সুত্ৰৰ পম খেদি ডবকা আৰক্ষীয়ে জব্দ কৰে ২০ হাজাৰ টা নিচাজাতীয় টেবলেট ৷ জানিব পৰা মতে, প্ৰতিটো টেবলেটৰ মূল্য প্ৰায় এহেজাৰ টকা ৷ টেবলেটখিনিৰ আন্তৰ্জাতিক বজাৰ মূল্য প্ৰায় এক কোটিৰো অধিক বুলি জানিব পৰা গৈছে ৷ ইম্ফলৰ পৰা গুৱাহাটী অভিমুখে আহি থকা এখন নৈশ বাছৰ পৰা জব্দ কৰা হৈছে এই টেবলেট খিনি ৷

Last Updated : Feb 7, 2022, 5:15 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.