লাভলীনালৈ শুভেচ্ছা : আমি আশাবাদী, জিলিকিব ধনশিৰি

By

Published : Jul 22, 2021, 10:48 PM IST

thumbnail

টকিঅ'ৰ অলিম্পিক গেমছলৈ মাজত মাথো কেইটামান ঘণ্টা বাকী ৷ সম্পূৰ্ণৰূপে সাজু অসমৰ জীয়ৰী লাভলীনা বৰগোঁহাই । ইতিমধ্যে টকিঅ'ৰ পৰা আহিল এটি ভাল খবৰ । লাভলীনাই প্ৰথম খেলৰ পৰা ৱাক অভাৰ পাই উন্নীত হয় প্ৰি-কোৱাৰ্টাৰলৈ । এই উপলক্ষে লাভলীনাৰ বৰগোঁহাইৰ গৃহ চহৰ বৰপথাৰ আৰু সৰুপথাৰৰ কেইবা ঠাইৰ দেৱালত লাভলীনা বৰগোঁহাইৰ ফটো অংকন কৰি শুভেচ্ছা জ্ঞাপন কৰে ধনশিৰি মহকুমা ছাত্ৰ সন্থাই  ৷ আছুৱে লাভলীনা বৰগোঁহাইলৈ শুভেচ্ছা জনাই লিখে " আমি আশাবাদী, জিলিকিব ধনশিৰি ৷"

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.