শাসক দলৰ প্ৰলোভনৰ পাচতো থাওৰাৰ ৰাইজে ভোট দিব ৰাইজৰ দলক : ধৈৰ্য্য কোঁৱৰ

By

Published : Oct 24, 2021, 5:26 PM IST

thumbnail

উপ-নিবাৰ্চনলৈ মাজত কেইটামান দিন থকা সময়ত থাওৰা সমষ্টিৰ ৰাজনৈতিক পৰিবেশ গৰম হৈ পৰিছে । শাসক দলৰ প্ৰাৰ্থী সুশান্ত বৰগোহাঁইৰ হৈ প্ৰচাৰ চলাবলৈ মুখ্যমন্ত্ৰীৰ পৰা শাসক দলৰ নেতা-মন্ত্ৰী, বিধায়কেৰে ভৰি পৰিছে থাওৰা । ইয়াৰ মাজতে ৰাইজৰ দলৰ প্ৰাৰ্থীৰ ধৈৰ্য্য কোঁৱৰে প্ৰচাৰ তীব্ৰ কৰি তুলিছে । ৰাইজৰ দলৰ প্ৰাৰ্থীৰ ধৈৰ্য্য কোঁৱৰৰ সৈতে হোৱা ইটিভি ভাৰত(ETV Bharat)ৰ সংবাদদাতা উমাকান্ত বৰুৱাৰ এক আছুতীয়া সাক্ষাৎকাৰত ধৈৰ্য কোঁৱৰে কয় যে, শাসক দলৰ প্ৰলোভনৰ পাচতো থাওৰাৰ ৰাইজে ভোট দিব ৰাইজৰ দলক ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.