কমলপুৰত নিৰ্মীয়মান পকীঘৰৰ বিনষ্ট সাধন

By

Published : Apr 28, 2021, 12:44 PM IST

Updated : Apr 28, 2021, 1:38 PM IST

thumbnail

বুধবাৰে পুৱাৰ ভাগত অহা তিনিটাকৈ ভূমিকম্পই ৰাজ্যৰ ভিন্ন প্ৰান্ত জোকাৰি যায় ৷ ৰাজ্যৰ অন্য প্ৰান্তৰ লগতে বাইহাটা চাৰিআলিৰ কমলপুৰতো ভূমিকম্পৰ প্ৰাবল্য অনুভূত হয় । পুৱাৰ ভাগত অহা ভূমিকম্পটোৰ ফলত কমলপুৰৰ দ্বিগুণপাৰ গাঁৱত নিৰ্মীয়মান অৱস্থাত থকা এটা পকীঘৰৰ বেৰ ভাঙি পৰে ৷ ভূমিকম্পটোৰ ফলত কোনো ধৰণৰ ক্ষয়-ক্ষতি হোৱা নাই বুলি জানিব পৰা গৈছে ।

Last Updated : Apr 28, 2021, 1:38 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.