পুৰণিগুদামত উদযাপন সেউজ দ্বীপান্বিতা

By

Published : Nov 4, 2021, 9:58 PM IST

thumbnail

পোহৰৰ উৎসৱ দীপাৱলী আৰু কালী পূজাক কেন্দ্ৰ কৰি উৎসৱ মুখৰ হৈ পৰিছে দেশ তথা ৰাজ্য ৷ মূল্যবৃদ্ধিয়ে ৰাজ্যবাসীক জুৰুলা কৰাৰ স্বত্বেও পৰম্পৰা ৰক্ষা কৰি ৰাজ্যবাসীয়ে আদৰিছে পোহৰৰ উৎসৱ দ্বীপান্বিতাক । এক ব্যতিক্ৰমী পৰম্পৰাৰে দ্বীপান্বিতা উদযাপন কৰিলে পুৰণিগুদাম বিষয়াচুক গাঁৱৰ কেইজনমান উদ্যমী যুৱকৰ সহযোগত সমূহ ৰাইজে ৷ গাঁওখনৰ পথৰ কাষে কাষে শাৰী শাৰীকৈ সহস্ৰাধিক মাটিৰ চাকি প্ৰজ্বলন কৰাৰ লগতে প্ৰতিঘৰ গৃহস্থৰ পদুলিয়ে পদুলিয়ে কলপুলি ৰোপণ কৰি তাত মাটিৰ চাকিjs জ্বলাই উজলাই তুলিলে সমগ্ৰ অঞ্চল ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.