প্ৰতিটো মূহূৰ্তত সলনি হৈছে ৰাজ্যৰ ৰাজনৈতিক প্ৰেক্ষাপট...ডেস্কৰ পৰা নিৰ্বাচন বিশেষ

By

Published : Mar 7, 2021, 9:41 PM IST

thumbnail

বিধানসভা নিৰ্বাচনলৈ দিন চমু চাপি অহাৰ সমান্তৰালকৈ ৰাজ্যত সঘনে সলনি হৈছে ৰাজনৈতিক প্ৰেক্ষাপট ৷ প্ৰায় প্ৰতিটো দলতে দেখা পোৱা গৈছে প্ৰাৰ্থীত্ব কেন্দ্ৰীক সংঘাত ৷ প্ৰাৰ্থীত্বৰ পৰা বঞ্চিত হৈ মূহূৰ্ততে ৰাজনৈতিক দল সলাইছে বহু প্ৰতাপী নেতাই ৷ এই সকলোবোৰ পৰিস্থিতিৰ সাক্ষী হৈ এতিয়া বিমোৰত পৰিছে সাধাৰণ ভোটাৰ ৰাইজ ৷ কাৰ সপক্ষে ভোটদান কৰিব ইয়াকে লৈ এতিয়া যেন বিমোৰত পৰিছে ভোটৰ সকল ৷ ৰাজ্যৰ প্ৰতিটো শেহতীয়া ৰাজনৈতিক বাতিৰ আগবঢ়োৱাৰ উদ্দেশ্যে ইটিভি ভাৰত অসমৰ দৰ্শক সকলৰ বাবে আমি প্ৰতিদিনেই আগবঢ়োৱাৰ চেষ্টা কৰিছো ৰাজ্যৰ ৰাজনৈতিক প্ৰেক্ষাপট ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.