এতিয়াৰে পৰা বিজেপিলৈ কংগ্ৰেছী আহিলে আমি নলওঁ: ভৱেশ কলিতা

By

Published : May 2, 2021, 10:22 PM IST

thumbnail

পুনৰবাৰ ৫৭ নং ৰঙিয়াত সমষ্টিত মন্ত্ৰী ভৱেশ কলিতাই বিজয়ধ্বজ্জা উৰুৱাবলৈ সক্ষম হয় ৷ কলিতাৰ নিকটতম প্ৰতিদ্বন্দ্বী চিপিআইএমৰ প্ৰাৰ্থী ভগৱান দেৱ মিশ্ৰক প্ৰায় ১,৯০,০০ ভোটত পৰাস্ত কৰে মন্ত্ৰী কলিতাই । জয়ী হোৱাৰ পিছত আগৰ কাৰ্যকালত আধৰুৱা হৈ ৰোৱা কামসমূহ সম্পূৰ্ণ কৰাৰ কথা উল্লেখ কৰে ভৱেশ কলিতাই । লগতে দ্বিতীয়বাৰৰ বাবে মন্ত্ৰী হ’ব বুলি আশাবাদী কলিতা । ইফালে কংগ্ৰেছ দলৰ স্থিতিক লৈ উপহাস কৰি কলিতাই কয় এতিয়াৰে পৰা বিজেপিলৈ কংগ্ৰেছী আহিলে আমি তেওঁলোকক আমাৰ সৈতে নলওঁ ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.